Q1. Explain the role of Srimanta Sankardev in the cultural renaissance of Assam. (150 words)
প্ৰ.১. অসমৰ সাংস্কৃতিক পুনৰুজ্জীৱনত শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকা ব্যাখ্যা কৰক। (১৫০ শব্দ)
Answer: Srimanta Sankardev played a key role in the religious and cultural transformation of Assam. Through Neo-Vaishnavism, he united diverse communities. His Borgeets, dramas, and religious institutions like Satra helped create a unique Assamese identity.
উত্তৰ: শ্ৰীমন্ত শংকৰদেৱে অসমত ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱর্তনত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ নব্য বৈষ্ণব ধৰ্মৰ জৰিয়তে বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰিছিল। তেওঁৰ বৰগীত, নাট, আৰু সত্ৰ-সংস্কৃতি অসমৰ নিজৰ এটা স্বতন্ত্ৰ পৰিচয় গঢ়ি তোলে।