1)Discuss the contributions of Brajen Baruah to Assamese Film and music industry.
(150 Words/10 marks)
অসমীয়া ছবি আৰু সংগীত জগতলৈ ব্ৰজেন বৰুৱাৰ অৱদান সম্পৰ্কে আলোচনা কঁৰা।
(১৫০ শব্দ/১০ নম্বৰ)
2) Q)Discuss the importance of ‘Bhaado Maah’ in social life of Assam.
(150 Words/10 Marks)
প্ৰশ্ন) অসমৰ জাতীয় জীৱনত ‘ভাদ মাহ’ৰ গুৰুত্ব সম্পৰ্কে আলোচনা কঁৰা।
(১৫০ শব্দ/১০ নম্বৰ)
3) প্ৰশ্ন) অসমৰ সামাজিক আৰু ধৰ্মীয় জীৱনত মণি-কাঞ্চন সংযোগ বুলিলে কি বুজা? এই সংযোগে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।
(২৫০ শব্দ/১৫ নম্বৰ)
Q) What do you understand by ‘Mani-kanchan Xongjog’ in Socio-religious life of Assam? Discuss its contributions to literary history of Assam.
(250 Words/15 Marks)
04) Q) what is ‘Snehasparsha’ scheme of Govt of Assam? How will it be beneficial for the society?
(150 Words/10 Marks)
প্ৰশ্ন) ‘স্নেহস্পৰ্শ’ আঁচনি কি? ইয়াৰ জৰিয়তে সমাজত কিধৰণৰ পৰিৱৰ্তন আহিব,আলোচনা কঁৰা।
(১৫০ শব্দ/১০ নম্বৰ)
05) Q) Write down about literary achievements of Dr. Birendra Kumar Bhattacharyya.
(150 words/10 Marks)
N.B. 2024 is the 100th commemorative birth anniversary of Dr. Bhattacharyya.
প্ৰশ্ন) ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য কৃতি সম্পৰ্কে লিখা।
(১৫০ শব্দ/১০ নম্বৰ)
বি.দ্ৰ. ২০২৪ বৰ্ষটো হৈছে ডঃ ভট্টাচাৰ্য্যদেৱৰ জন্ম শতবৰ্ষ।
06) How social life of Assam is manifested through songs of Dr Bhupen Hazarika? Discuss.
(250 Words/15 Marks)
ডঃ ভূপেন হাজৰিকাৰ গানৰ মাজেদি অসমৰ জাতীয় জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে,আলোচনা কৰাঁ।
(২৫০ শব্দ/১৫ নম্বৰ)
07) What are the different provisions of 6th Schedule of Assam Accord? What are the significance of these provisions in social life of Assam?
(250 Words/15 Marks)
অসম চুক্তিৰ ছয় নং দফাৰ ব্যৱস্থাৱলী কি কি? অসমৰ সমাজ জীৱনত এই ব্যৱস্থাৱলীৰ গুৰুত্ব কেনেকুৱা?
(২৫০ শব্দ/১৫ নম্বৰ)
08) Draw a historical outline of Pan-Indianisation of Karam Puja. How does Karam festivities vary across states? Discuss.
(250 Words/15 Marks)
কৰম পূজা সৰ্বভাৰতীয় হোৱাৰ ঐতিহাসিক পটভূমি বিবেচনা কৰাঁ। ৰাজ্যভেদে কৰম উৎসৱ কেনেদৰে পৃথক, আলোচনা কৰাঁ।
(২৫০ শব্দ/১৫ নম্বৰ)
09) Write down the contributions of Bhogeswari Phukanani to freedom struggle of India.
(150 Words/10 Marks)
ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ ভোগেশ্বৰী ফুকননীৰ অৱদান সম্পৰ্কে লিখা।
(১৫০ শব্দ/১০ নম্বৰ)