Daily Answer Writing

1) GS-1 for UPSC-CSE/APSC-CCE

1)

Q)Do you think that train travel is safe for Indians? How train accidents can be reduced? Elucidate in light of the recent train accidents.

(250 Words/15 Marks)

প্ৰশ্ন: ভাৰতত ৰেল যাত্ৰা নিৰাপদ বুলি ভবানে?ৰেল দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পৰা যাব? শেহতীয়াকৈ ভাৰতবৰ্ষত সংঘটিত ৰেল দুৰ্ঘটনাসমূহৰ আধাৰত আলোচনা কঁৰা।

(২৫০ শব্দ/১৫ নম্বৰ)

2)

Q) “Recently world economy took a backseat because of global health pandemics.”

Elucidate in light of the Monkey Pox outbreak in Africa.

(150 Words/10 marks)

প্ৰশ্ন) “সাম্প্ৰতিক সময়ত বিশ্বৰ অৰ্থনীতি মহামাৰীৰ প্ৰকোপত পিছপৰি ৰৈছে।” আফ্ৰিকা মহাদেশত মাংকী পক্স ভাইৰাছ পুনৰউদ্ভৱৰ পটভূমিত আলোচনা কঁৰা।

(১৫০ শব্দ/১০ নম্বৰ)

3)

‘Touching lives while touching the moon’.Justify the statement in light with India’s moon mission.

(150 Words/10 Marks)

‘চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পর্শ কৰা’।ভাৰতৰ চন্দ্ৰ অভিযানৰ লগত কথাফাঁকি যুগুত বুলি ভবানে?

(১৫০ শব্দ/১০ নম্বৰ)

4)

প্ৰশ্ন) ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শেহতীয়া ইউক্ৰেইন ভ্ৰমণে ভাৰত-ইউক্ৰেইন সম্পৰ্কৰ কোনবোৰ নতুন দিশ উন্মোচিত কৰিছে,আলোচনা কঁৰা।

(১৫০ শব্দ/১০ নম্বৰ)

Q) ‘Recent tour of Indian Prime Minister to Ukraine to open up many sectors for mutual co-operation’. Discuss.

(150 Words/10 Marks)

5)

Q) What is National Monetisation Pipeline? Write down its benefits and drawbacks.

(150 Words/10 Marks)

‘ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন(National Monetisation Pipeline)’ কি? ইয়াৰ সুবিধা-অসুবিধাসমূহ লিখা।

(১৫০ শব্দ/১০ নম্বৰ)

6)

Q) ‘Marriageable age of women should be raised to 21 from 18’. Critically analyse.

(150 Words/10 Marks)

প্ৰশ্ন) ‘মহিলাৰ বিবাহযোগ্য বয়স ১৮ ৰ পৰা ২১ লৈ উন্নীত কৰিব লাগে।’ আলোচনাত্মক বিশ্লেষণ আগবঢ়োৱা।

(১৫০ শব্দ/১০ নম্বৰ)

07)

Q) ‘Lateral entry admission in public service is an administrative enabler.’- Critically analyse.

(250 Words/15 Marks)

‘চৰকাৰী সেৱাত পাৰ্শ্বীয় প্ৰৱেশে(Lateral Entry) প্ৰশাসনিক সক্ষমতাৰ সৃষ্টি কৰিব।’- বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা।

(২৫০ শব্দ/১৫ নম্বৰ)

08)

Q) What are the key provisions of Waqf (amendment) Bill,2024? Discuss.

প্ৰশ্ন) ৱাকফ (সংশোধনী) বিধেয়ক,২০২৪ ৰ মুখ্য বিধানসমূহ(Provisions) কি কি?আলোচনা কৰা।

09) What is Aparajita Bill? Will it be fruitful?

(150 Words/10 Marks)

অপৰাজিতা বিধেয়কখন কি? এইখন ফলপ্ৰসূ হ’বনে?

(১৫০ শব্দ/১০ নম্বৰ)

10) Discuss the role of Public Accounts Committee in establishing accountability of the government to the people.

(150 Words/10 Marks)

জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰতিষ্ঠা কৰাত সংসদৰ লোক লেখা কমিটি(Public Accounts Committee) -ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

(১৫০ শব্দ/১০ নম্বৰ)

11) “‘Universal Basic Income’ is a much needed remedy to reduce unemployment in India”. Critically analyse.

(250 Words/15 Marks)

“ভাৰতবর্ষৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ‘সাৰ্বজনিক ন্যূনতম আয়’ অতিকৈ প্ৰয়োজনীয়।”

বিশ্লেষণ কঁৰা।

(২৫০ শব্দ/ ১৫ নম্বৰ)

12)

“Port Blair is renamed as Vijaya Puram considering its place Indian Freedom Struggle.” Elucidate the statement considering A& N Island’s role in Indian Freedom Struggle and its strategic location in modern India.

(250 Words/15 Marks)

“ভাৰতবর্ষৰ স্বাধীনতা আন্দোলনত গ্ৰহণ কৰা ভূমিকাৰ ওপৰত ভিত্তি কৰি প’ৰ্টব্লেয়াৰক নতুনকৈ বিজয় পুৰম হিচাপে নামাকৰণ কৰা হৈছে।” ভাৰতৰ স্বাধীনতা আন্দোলনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ভূমিকা তথা আধুনিক ভাৰতত ইয়াৰ কৌশলগত(Strategic) স্থানৰ ভিত্তিত ওপৰোক্ত উক্তিটো স্পষ্ট কৰাঁ।

(২৫০ শব্দ/১৫ নম্বৰ)

13)

“Quad is an extension of Pivot to Asia initiative.” Explain.

(250 Words/15 Marks)

“কোৱাড(Quad) হৈছে এছিয়া পিভ’ট(Asia Pivot)নীতিৰ এক প্ৰসাৰণ।” ব্যাখ্যা কৰাঁ।

(২৫০ শব্দ/১৫ নম্বৰ)

Leave a Reply

Your email address will not be published. Required fields are marked *